January 1, 2025 8:59 PM
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়াকৈ কলাক্ষেত্ৰ ৰামধেনু উৎসৱ
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ চৰকাৰী চাৰু-কাৰু আৰু কলা মহাবিদ্যালয...