August 19, 2025 12:32 PM August 19, 2025 12:32 PM

views 8

কলাক্ষেত্ৰত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাট মঞ্চস্থ

● স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ কৰা হ'ব। লখিমপুৰৰ ৰংগভূমি নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্রশান্ত কটকী। কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু ৭.৩০ বজাত দুটা দৰ্শনী মঞ্চস্থ হ'ব। ...