November 28, 2025 8:58 PM

views 19

শ্ৰীভূমি জিলাৰ উপভোক্তাক যোগান ধৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰিবলৈ খাদ্য বিপনীসমূহলৈ নিৰ্দেশনা

শ্রীভূমি জিলাৰ বাসিন্দাসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু খোৱাপানীৰ যোগান বজাই ৰাখিবলৈ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্তই গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। নির্দেশনাত উল্লেখ কৰা অনুযায়ী জিলাখনত প্ৰত্যেকখন খাদ্য বিপনীয়ে উপভোক্তাসকলক প্ৰদান কৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰাব লাগিব। এই পৰীক্ষা জনস্বাস্থ্য কাৰিকৰী বিভাগ অথবা সেই বিভাগে অনুমোদন দিয়া পৰীক্ষাগাৰৰ জৰিয়তে কৰাব লাগিব। খোৱাপানীৰ মান ৰাসায়নিক, ভৌতিক আৰু জৈৱিক পৰিম...