August 9, 2025 12:04 PM August 9, 2025 12:04 PM

views 3

দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত আৰু বিপজ্জনক বুলি শ্ৰীপদ নায়কৰ প্ৰকাশ

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি দেশৰ মুঠ ৪৬ টা প্ৰকল্প অসুৰক্ষিত তথা বিপজ্জনক বুলি শক্তি মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত শ্ৰী নায়কে কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ উদ্ধৃতিৰে কয়, যে সাগৰ পৃষ্ঠৰ পৰা এহেজাৰ ৫০০ মিটাৰ উচ্চতাত অৱস্থান কৰা যিকোনো অববাহিকাৰ প্ৰথম জলবিদ্যুত প্ৰকল্পক কেন্দ্ৰীয় বিদ্যুত প্ৰাধীকৰণে অসুৰক্ষিত বুলি বিবেচনা কৰাৰ লগতে ইয়াত সুৰক্ষামূলকভাৱে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই ...