January 31, 2025 8:20 PM
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন
জাগীৰোডৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন আৰম্ভ হৈছে। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশ...