November 29, 2025 12:54 PM

views 21

শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপন

দেশৰ প্ৰথমখন স্বদেশী প্রযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰিয়ে কলম্বোত শ্রীলংকা নৌসেনাৰ আন্তঃৰাষ্ট্ৰীয় পর্যালোচনা বৈঠক ২০২৫ত অংশগ্ৰহণ কৰিছে। শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাখনো দেশৰ নৌসেনাৰ জাহাজ আৰু প্ৰতিনিধি দলে অংশগ্রহণ কৰিছে।প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰিয়ে প্ৰথমবাৰৰ বাবে বহিঃ দেশত অংশগ্ৰহণ কৰিছে। এই অংশগ্রহণে ভাৰত মহাসাগৰ অঞ্চলত আৰু অধিক সামুদ...