October 6, 2025 8:05 PM October 6, 2025 8:05 PM
25
শ্রদ্ধাঞ্জলি আঁচনি মুকলি ৰাজ্য চৰকাৰৰ
শিক্ষা অথবা কর্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ'লে ৰাজ্য চৰকাৰে সন্মান সহকাৰে তেওঁৰ নশ্বৰদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। এই উদ্দেশ্যে ৰাজ্য চৰকাৰে আজি শ্রদ্ধাঞ্জলি আঁচনিখন মুকলি কৰে। ৰাজ্য চৰকাৰে উল্লেখ কৰা হেল্পলাইন নম্বৰত এই বিষয়ে প্রতিবেদন লাভ কৰাৰ পাছত মৃতকক ৰাজ্যলৈ ঘূৰাই অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম চৰকাৰে সত্যাসত্য নিৰূপণ কৰি নশ্বৰদেহৰ অন্তিম সংস্কাৰৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। সুচল পৰিবহণৰ বাবে বাহনৰ লগতে অ...