June 27, 2025 12:04 PM
দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ তিনিওটা শিতানত ভাৰতৰ খিতাপ দখল
ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ পুৰুষ-মহিলা আৰু মিক্সড্ ডাবলচ- এই তিনিওটা শিতানত খিতাপ দখল কৰিছে। পুৰুষৰ ডাবলচৰ ফাইনেলত শীর্ষ বাছনিপ্ৰাপ্ত অভয় সিং আৰু ভেলাভান চে...