May 6, 2025 6:54 PM

views 11

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ আজি নিশা বিশেষ স্পটলাইট প্ৰচাৰ

দেশৰ বিভিন্ন অংশত কাইলৈ হ'বলগীয়া মকড্রিল অর্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা ৯ বাজি ১৫ মিনিটত ইংৰাজী ভাষাত এটা বিশেষ স্পটলাইট প্ৰচাৰ কৰিব। অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এই অনুশীলনৰ বিষয়ে বিশেষজ্ঞৰ মতামত প্ৰচাৰ কৰা হ'ব। এই বিশেষ স্পটলাইট অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা শাখাতে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান প্ৰচাৰৰ বাবে আজি নিশা ৯ বাজি ২৫ মিনিটত প্ৰচাৰ হ'বলগীয়া নিশাৰ আঞ্চলিক বাতৰি ৯ বাজ...

May 6, 2025 6:49 PM

views 36