February 26, 2025 8:59 PM

views 18

ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধনৰ বাবে চৰকাৰৰ ছজনীয়া কমিটি গঠন

চৰকাৰে ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধন কৰিবলৈ এখন ছজনীয়া কমিটি গঠন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ক্রীড়া বিভাগৰ যুটীয়া সচিব কুনালে এই কমিটিখনৰ নেতৃত্ব বহন কৰিব আৰু কমিটিখনে ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। পেৰিছ অলিম্পিক পাছত নতুন অলিম্পিক চক্ৰ আৰম্ভ হৈছে আৰু নতুন পৰিস্থিতিৰ নীতি নিয়মসমূহৰ পৰ্যালোচনা কৰাটো জৰুৰী হৈ পৰিছে। ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নিয়মাৱলী ইয়াৰ পূৰ্বে ২০২২ চনত সংশোধন কৰিছিল...