December 28, 2025 8:50 PM December 28, 2025 8:50 PM
1
অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ এখন খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লত অসমৰ জয়
অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে-ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। উল্লেখযোগ্য যে প্রথমখন খেলত অসম-বিহাৰৰ হাতত পৰাস্ত হৈছিল। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত আন এখন খেলত ওড়িশাৰ ছোৱালী দলে বিহাৰক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। অসম -ওড়িশা আৰু বিহাৰ এখনকৈ খেলত জয়ী হৈছে যদিও গলৰ গড় হিচাপত অসম শীর্ষ স্থানত আছে। লীগৰ অন্তিমখন খ...