August 22, 2025 12:53 PM

views 13

ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি ক্ৰীড়ামন্ত্রী মনসুখ মন্দাভিয়াৰ আহ্বান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। হকীৰ যাদুকৰ মেজৰ ধ্যান চন্দ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে এই বছৰ ফিট ইণ্ডিয়া মিছন আৰু ইণ্ডিয়ান স্পৰ্টছ ইক’ ছিষ্টেমে এই অভিযানৰ গুৰি ধৰিব। তেওঁলোকে ২৯ৰ পৰা ৩১ আগষ্টলৈ সমগ্ৰ দেশত তিনিদিনীয়া খেল কাৰ্যসূচীৰ আয়োজন কৰিব। ভাৰতৰ ২০৩৬ চনত অল...