October 26, 2024 9:19 PM October 26, 2024 9:19 PM
4
কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছ আৰু তেওঁৰ পত্নী বেগোনা গোমেজৰ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ
স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছে তেওঁৰ পত্নী বেগোনা গোমেজৰ সৈতে কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব। এয়া হ'ব – ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম ভাৰত ভ্ৰমণ। উল্লেখযোগ্য যে ১৮ বছৰৰ পাছত স্পেইনৰ ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণে স্পেইন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ছানছেছে কেইবাবাৰো বহুপক্ষীয় বৈঠকৰ বাবে মিলিত হৈছে। স্পেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব বুলি বৈদেশিক পৰিক্ৰমা মন...