September 11, 2024 8:05 PM
ইছৰ’ৰ সহযোগত SPACE ON WHEELS শীর্ষক অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ
অসম চৰকাৰে ইছৰ'ৰ সহযোগত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্রহসমূহৰ বিষয়ে অৱগত কৰোৱাৰ লক্ষ্যৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। SPACE ON WHEELS শীর্ষক এই পদক্ষেপৰ বি...