December 29, 2024 8:36 PM
13
দক্ষিণ কোৰিয়াৰ মুৱানত বিমান দুৰ্ঘটনা পতিত হৈ ১৭৯ গৰাকী আৰোহীৰ মৃত্যু
দক্ষিণ কোৰিয়াৰ চিউলৰ ২৯০ কিলোমিটাৰ দক্ষিণে মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত বেংককৰ পৰা যোৱা জেজু এয়াৰৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত বিমানখনত থকা ১৮১ গৰাকী আৰোহীৰ ভিতৰত ১৭৯ গৰাকীৰ মৃত্যু হয়। দক্ষিণ কোৰিয়াৰ অগ্নি নির্বাপক সংস্থাই প্ৰকাশ কৰা অনুসৰি বিমানখনৰ দুগৰাকী কৰ্মীৰ প্ৰাণ ৰক্ষা পৰিছে । দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি চই চেং মোকে এই ঘটনাৰ বাবে ৪ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। বয়িং ৭৩৭-৮০০ বিমানখন মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত আজি পুৱা এই ঘটনা সংঘটিত হয়। উদ্ধাৰ ...