December 18, 2025 1:25 PM

views 24

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰত মত পোষণ

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ মত পোষণ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা উই ছুং-লাকে ৱাশ্বিংটনত আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়তে উইয়ে এইদৰে মতপোষণ কৰে। প্ৰায় এমাহ পূর্বে অক্টোবৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ মাজত অনুষ্ঠিত দ্বিতীয়খন শীৰ্ষ সন্মিলনত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু নিৰাপত্তা চুক্তিৰ স্বাক্ষৰিত হৈছিল। দক্ষিণ কোৰিয়াই আমেৰিকাৰ সৈতে থকা ...

April 4, 2025 8:48 PM

views 20

দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীলৈ আহ্বান

দক্ষিণ কোৰিয়াৰ তত্বাৱধায়ক প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীক আহ্বান জনাইছে। দেশখনৰ সাংবিধানিক আদালতে পদচ্যুত ৰাষ্ট্ৰপতি উন চুক ইয়লৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাবলৈ দিয়া নিৰ্দেশৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি ছিউলত দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া, সেনাবাহিনীৰ মুৰব্বী আৰু সশস্ত্র বাহিনীকেইটাৰ মুৰববীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰ কোৰিয়াই পৰ...

December 4, 2024 12:11 PM

views 16

দক্ষিণ কোৰিয়াত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰৰ বিষয়ে ঘোষণা উন চুংক য়ুনৰ

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি উন চুংক য়ুনে দেশখনত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দেশখনত কালি সামৰিক শাসন বলৱৎ কৰাৰ ছঘণ্টাৰ পাছতেই সেই দেশৰ নেচনেল এচেম্বলীত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু ৰাষ্ট্ৰপতি য়ুনৰ মন্ত্ৰীসভাই এই সামৰিক আইন প্ৰত্যাহাৰ কৰাত অনুমোদন জনায়। সংবাদ সংস্থাৰ বাতৰি অনুসৰি সামৰিক আইন বলৱৎ কৰাৰ বাবে নিয়োগ কৰা দক্ষিণ কোৰিয়াৰ সেনা বাহিনীক বেৰেকলৈ ঘূৰি যাবলৈ দেশখনৰ সামৰিক প্ৰধানগৰাকীয়ে নিৰ্দেশ দিছে। ইপিনে, এই সামৰিক শাসন বলৱৎ কৰা ঘোষণাক দেশখনৰ ...