October 18, 2024 11:51 AM

views 15

আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা টি-২০ বিশ্বকাপত কালি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন ছেমিফাইনেল খেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দক্ষিণ আফ্রিকাই ফাইনেলত স্থান নিশ্চিত কৰিছে। গুৰুত্বপূৰ্ণ খেলখনত দক্ষিণ আফ্রিকাই প্ৰথমে বেটিং কৰিবলৈ অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনায়। নিৰ্ধাৰিত ২০ অভাৰত অষ্ট্ৰেলিয়াই পাঁচটা উইকেটৰ বিনিময়ত ১৩৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ১৮ অভাৰত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ বছক প্লেয়াৰ অৱ দ্যা মেচ প্ৰদান কৰা হয়। আজি শ্বাৰজাহ ক্র...