January 23, 2026 7:00 PM

views 55

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত হয়। ঢকুৱাখনাৰ বিষ্ণুৰাম মেধি খেলপথাৰত অনুষ্ঠিত অসম আৰু নাগালেণ্ডৰ মাজৰ খেলখন ৩-৩ গ'লত ড্র' হয়। গ্রুপ-এৰ খেলখনত অসম দলে প্রথম অৱস্থাত নাগালেণ্ডক চাপত ৰাখে যদিও পাছত নাগালেণ্ডে সুন্দৰ প্ৰদৰ্শনেৰে সমতা স্থাপন কৰিবলৈ সমর্থ হয়। প্রতিযোগিতাত আজি পশ্চিমবংগ আৰু উত্তৰাখণ্ডৰ মাজৰ আন এখন খেল গ'ল শূন্যভাৱে ড্র' হয়। পাছত খেলখনৰ অতিৰিক্ত সময়ত পশ্চিমবংগই উত্তৰাখণ্ডক ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত মুঠ ৬ পইণ্টেৰে...

January 22, 2026 7:53 PM

views 55

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি পাঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ

৭৯ সংখ্যক সন্তোষ ট্রফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি চিলাপথাৰত অনুষ্ঠিত দুখন খেলৰ এখনত কেৰালা দলে পাঞ্জাৱক ৩-১ গ'লৰ ব্যৱধানত আৰু আনখনত মেঘালয়ে ওড়িশাক ১-০ গ'লত পৰাস্ত কৰে। পাঞ্জাৱ আৰু কেৰালাৰ মাজৰ খেলখনত কেৰালাই প্ৰথমার্ধৰ পৰাই আধিপত্য বিস্তাৰ কৰে আৰু যতীন্দৰ সিং ৰাণাই হেডেৰে দিয়া গ'লৰ সহায়ত ১ গ'লৰ অগ্রগতি লাভ কৰে। দ্বিতীয়ার্ধত যোৱা বাৰৰ ৰাণাৰ্ছ আপ কেৰালা দলে নিজৰ চন্দ ঘূৰাই পায় আৰু খেলৰ ৫৫ মিনিটত মনোজ এমৰ গ'লেৰে সমতা স্থাপন কৰে। পাছত মহম্মদ আজছলে ৫৮ আৰু ৬২ মিনিটত দুটা গ'ল দি কেৰালাৰ বিজয় নিশ্...

January 21, 2026 12:50 PM

views 47

আজিৰে পৰা ৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰেপৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্রতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্রণ মর্মে দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্রতিযোগিতাখনৰ ১৫ খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত অনুষ্ঠিত হ'ব। দিনৰ ১ বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠি...

December 19, 2024 12:40 PM

views 31

সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত পশ্চিমবংগ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পশ্চিমবংগই সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি হায়দাবাদত দলটোৱে ৰাজস্থানক ২-০ গ'লত পৰাস্ত কৰে। ৰয়। ইপিনে, প্রতিযোগিতাৰ গ্ৰুপ-এৰ মণিপুৰ আৰু জম্মু আৰু কাশ্মীৰৰ মাজৰ এখন খেল ১-১৩ অমীমাংসিত হৈ প্রতিযোগিতাখনত তিনিখন খেলৰ পৰা বংগই ৯ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে মণিপুৰে এতিয়ালৈ সমসংখ্যক খেলৰ পৰা ৭ আৰু জম্মু আৰু কাশ্মীৰে ফাইনেল ৰাউণ্ডত প্ৰথমটো পইণ্ট অৰ্জন কৰিছে।