January 21, 2026 12:50 PM

views 5

আজিৰে পৰা ৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰেপৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্রতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্রণ মর্মে দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্রতিযোগিতাখনৰ ১৫ খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত অনুষ্ঠিত হ'ব। দিনৰ ১ বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠি...

December 19, 2024 12:40 PM

views 10

সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত পশ্চিমবংগ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পশ্চিমবংগই সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি হায়দাবাদত দলটোৱে ৰাজস্থানক ২-০ গ'লত পৰাস্ত কৰে। ৰয়। ইপিনে, প্রতিযোগিতাৰ গ্ৰুপ-এৰ মণিপুৰ আৰু জম্মু আৰু কাশ্মীৰৰ মাজৰ এখন খেল ১-১৩ অমীমাংসিত হৈ প্রতিযোগিতাখনত তিনিখন খেলৰ পৰা বংগই ৯ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে মণিপুৰে এতিয়ালৈ সমসংখ্যক খেলৰ পৰা ৭ আৰু জম্মু আৰু কাশ্মীৰে ফাইনেল ৰাউণ্ডত প্ৰথমটো পইণ্ট অৰ্জন কৰিছে।