February 9, 2025 7:18 PM February 9, 2025 7:18 PM

views 6

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াঢলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ আজি অন্তিম দিনা সহস্রাধিক সাহিত্যানুৰাগীৰ সমাগম হয়। আজি অন্তিম দিনা আয়োজিত বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাত সোণোৱাল কছাৰীৰ লগতে আন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। অভিনেতা অৰুণ হাজৰিকাই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আয়োজিত জনগোষ্ঠীয় সমাৰোহ আৰু মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্রী ডাঃ পেগুৱে তেওঁৰ ভাষণত সোণোৱাল-কছাৰীসকলৰ ভাষা, সাহিত্য ...