January 13, 2025 5:21 PM

views 47

মধ্য কাশ্মীৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি  ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্রম কৰাত সহায় কৰিব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পটোৰ কাম ২০১৫ চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কা...

January 12, 2025 8:49 PM

views 32

সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত সোণামাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব। এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে নির্মাণকাৰ্য্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূর্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি জনাব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সোণামাৰ্গ সুৰংগ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৱে সোণামাৰ্গৰ মূল সুৰংগ, সুৰংগৰ প্ৰস্থান পথ আৰু সু...