August 24, 2024 12:22 PM

views 34

শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ পৰিবহণ সমিতিৰ বৈঠক

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত জিলা পথ পৰিবহণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পূৰ্বৰ ডি.আৰ.এছ.চি বৈঠকত লোৱা সিদ্ধান্তসমূহৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে দ'লাবাৰী পইণ্ট এলেকাত ট্রাকৱে', বাছ আস্থানসমূহৰ উন্নয়নমূলক কামৰ অগ্ৰগতি, ই-বিক্সাসমূহৰ নিয়ন্ত্ৰণ তথা পৌৰসভাৰ অধীনত পঞ্জীয়ন আৰু পথৰ দাঁতিৰ গছৰ ডালসমূহৰ পৰা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনীয়তা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ দিয়াৰ উপৰ...