May 15, 2025 8:43 PM

views 16

শোণিতপুৰৰ বৰচলাত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰি বৰচলাত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী চলিত বৰ্ষত আৰম্ভ হৈছে। প্ৰথম বৰ্ষত মহাবিদ্যালয়খনে অসমীয়া, ইংৰাজী, মনোবিজ্ঞান, ভূগোল আৰু গণসংযোগৰ পাঠ্যক্ৰম আগবঢ়াব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা ৰাজ্যত ৭ খন চৰকাৰী মহাবিদ্যালয়ত গণসংযোগৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে।