June 9, 2024 12:48 PM

views 13

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে জ্যেষ্ঠ নেত্রী ছোনীয়া গান্ধীক সৰ্বসন্মতি ক্রমে বাছনি

জ্যেষ্ঠ নেত্রী ছোনীয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতি ক্রমে বাছনি কৰা হৈছে। কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ নেতা ৰাজীৱ শুক্লাই কয় যে, তেওঁ ইতিমধ্যে পদ গ্রহণ কৰিছে। ইয়াৰ পূৰ্বে, কালি কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীয়ে সর্বসন্মতি ক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী পক্ষৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনায়। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰি কমিটীৰ বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল...