August 22, 2024 11:25 AM August 22, 2024 11:25 AM
3
শিৱসাগৰত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান
শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কালি সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, সাহিত্যাচাৰ্য ড০ নাহেন্দ্র পাদুন, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ জীতেন হাজৰিকা, সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা আৰু সোণোৰাম বৰুৱাৰ সহধর্মিনী কিৰণ বৰুৱা সন্মানীয় ব্যক্তি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানতে শিৱসাগৰ জিলা সাহিত্য সভাৰ লেখক-লে...