May 12, 2025 7:50 PM
17
দিল্লী বিধানসভাত ৫০০ কিল’ৱাট সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন
দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ৫০০ কিল’ৱাট সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপে স্বচ্ছ শক্তি আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। অনুষ্ঠানত ভাষণ দি দিল্লীৰ উপ ৰাজ্যপালগৰাকীয়ে কয় যে দিল্লী চৰকাৰে সৌৰ শক্তিৰ পদক্ষেপসমূহৰ বিষয়ে সক্রিয়ভাৱে প্ৰচাৰ কৰি আছে। দিল্লী বিধানসভাক এক সুকীয়া ঐতিহ্যক্ষেত্র বুলি অভিহিত কৰি এই বিধানসভাই আমাক আমাৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে বুলি শ্রী চাক্সেনাই মন্তব্য কৰে।...