November 30, 2025 8:20 PM

views 15

বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰৰ উল্লেখ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰে বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত ভাৰতৰ কৃত্রিম অংগ নিৰ্মাণ নিগমৰ ৫৩ সংখ্যক প্রতিষ্ঠা দিৱসত ভাষণ প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰৰ প্ৰতিষ্ঠা দিৱসত এই নিগমক নতুন চিন্তাৰে নতুন পৰিচয় প্ৰদান কৰা হৈছে বুলিও প্রকাশ কৰে। দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ স্বাধীনতা আৰু দৈনন্দিন কাম-কাজ সুচাৰুৰূপে চলাই নিবৰ বাবে নতুনকৈ বিকোশাই তোলা তিনিচকীয়া স্কুটাৰ আৰু হুইলচেয়াৰ মুকলি কৰে। আজিৰ অনু...

February 9, 2025 11:22 AM

views 16

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ নতুন দিল্লীত বৈঠক

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ড০ বীৰেন্দ্ৰ কুমাৰে আঁচনিখনৰ ৰূপায়ণৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে আৰু ইয়াৰ লক্ষ্যসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ লগতে ৰাষ্ট্ৰীয় অনুস...