October 3, 2024 7:59 PM

views 33

কাইলৈ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শ্ৰীমতী শোভা কৰাণ্ডলাজেৰ গুৱাহাটী ভ্ৰমণ

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শ্ৰীমতী শোভা কৰাণ্ডলাজেই কাইলৈ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ষষ্ঠ আঞ্চলিক বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত শ্রম সংস্কাৰ, অংসগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ, ভৱন আৰু অন্যান্য নিৰ্মাণ কাৰ্যত জড়িত শ্রমিক, কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগম আৰু নিয়োগ সৃষ্টিৰ পদক্ষেপসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব। বৈঠকত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী সুমীতা দাওৰা আৰু কেন্দ্ৰীয় চৰকাৰ তথা সংশ্লিষ্ট ৰাজ্যসমূহৰ জ্য...