January 12, 2025 8:40 PM January 12, 2025 8:40 PM

views 7

আপৰ বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীৰ অভিযোগ

আম আদমী পাৰ্টীৰ দুগৰাকী বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত তেওঁ কয়, যে দিল্লী আৰক্ষীয়ে এই বিধায়ক দুগৰাকীলৈ এই গোচৰ সংক্ৰান্তত জাননী জাৰি কৰিছে। বিজেপিৰ নেত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় সুৰক্ষাজনিত এই বিষয়টো সন্দৰ্ভত আম আদমী পাৰ্টীৰ নেতাসকলে কিয় মৌনতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। শ্ৰীমতী ইৰাণীয়ে দলটোৰ বিধায়কসকলে সুৰক্ষা প্রদানকাৰী সংস্থাসমূহক সহযোগিত...