December 13, 2024 5:30 PM

views 26

স্মার্ট ইণ্ডিয়া হেকাথনত ভিন্ন প্ৰতিষ্ঠানৰ পুৰস্কাৰ লাভ

আই আই টি হায়দাবাদত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুম্বাইস্থিত বেলিংকাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট, নয়দা ইনষ্টিটিউট অব ইনঞ্জিনিয়াৰিং এণ্ড টেকনলজী, যশৱন্ত ছাৱন্ত ইঞ্জিনিয়াৰিং নাগপুৰ আৰু টেকন'মেইনছল্ট লেক কলকাতাই ছফ্টৱেৰ সংস্ককৰণৰ কৃষিৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিছিল। একেদৰে নেচনেল ইনষ্টিটিউট অব টেকন'ল'জি শিলচৰ আৰু আই আই আই টি নাগপুৰেও পুৰস্কাৰ লাভ কৰিছে। সেইদৰে ডাটা মেঘে কলেজ অব ইঞ্জিনিয়াৰিং, গাৱালিয়ৰৰ আই আই আই টি এণ্ড মেনেজমেণ্ট ইনষ্টিডিউট, কাণপুৰৰ ছাত্ৰপতি ছাহুজী মহাৰাজ ইউনিভাৰ্ছিটি আৰু পু...

December 11, 2024 2:47 PM

views 22

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথন আজি পুৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ড° টি জি সীতাৰামে উদ্বোধন কৰে। হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত-বিনিময় কৰিব। অনুষ্ঠানত এহেজাৰ তিনিশতকৈও অধিক শিক্ষাৰ্থীৰ দলে অংশগ্রহণ কৰি...