July 4, 2024 12:46 PM July 4, 2024 12:46 PM

views 6

স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি চৰকাৰৰ প্ৰকাশ

চৰকাৰে কৈছে যে, স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন চহৰৰ ১ লাখ ৪৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ ৯০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে। স্মাৰ্ট সমাধানৰ জৰিয়তে আন্তঃগাঁথনি আৰু নিকা তথা বহনক্ষম বাতাবৰণৰ মাধ্যমেৰে নাগৰিকসকলক গুণগত জীৱন প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত এই অভিযান আৰম্ভ কৰা হৈছিল। গৃহ নিৰ্মাণ নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কৈছে যে, একাংশ ৰাজ্য আৰু চহৰৰ প্ৰতিনিধিসকলে বাকী ১০ শতাংশ কাম সম্পূৰ্ণ কৰাৰ বাবে আৰু কিছু সময় বিচাৰিছে। মন্ত্ৰ্যালয়ে এনে অনুৰোধৰ কথা ব...