December 15, 2025 8:35 PM

views 25

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয় স্কোৱাচ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাই কয় যে দলটোৰ জ্যোৎস্না চিনাপ্পা, অভয় সিং, ভি চেন্থিল কুমাৰ আৰু অনাহাত সিঙে দৃঢ়তা আৰু ...