January 19, 2026 6:34 PM

views 22

আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হ'ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীয়ে আজি এই প্রতিযোগিতা উদ্বোধন কৰে। গু...

February 8, 2025 12:35 PM

views 24

দক্ষ ভাৰত কার্যসূচীত ২০২৫-২৬ বৰ্ষলৈ ৮,৮০০ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৮ হাজাৰ ৮০০ কোটি টকাৰ দক্ষ ভাৰত কার্যসূচীত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে প্ৰয়োজন অনুসৰি দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে । শ্রীবৈষ্ণৱে লগতে চৰকাৰে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ সময়সীমা ২০২৮ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰে।

May 20, 2024 8:49 PM

views 12

অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীৰ পদক জয়

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত প্রতিভাসম্পন্ন যুৱক-যুৱতীসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশগ্রহণ কৰি ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে শ্রেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটী থেৰাপি শাখাত স্বর্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত হ'বলগীয়া ৱ’ৰ্ল্ড স্কীল্‌ছ, ২০২...

May 20, 2024 12:42 PM

views 30

ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত ৰাজ্যৰ কেইবাগৰাকীও যুৱক- যুৱতীৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত যুৱ প্রতিভাসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাগৰাকীও যুৱক- যুৱতীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটী থেৰাপি শাখাত স্বৰ্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড স্কীল্‌ছ, ২০২৪ শীৰ...