January 22, 2026 8:36 PM

views 12

ভাৰতৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ৰ বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰতৰ দক্ষতা আৰু কাৰিকৰী তথা বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পৰিৱেশ তন্ত্র শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয়ে আজি বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এই চুক্তিৰ জৰিয়তে বিশ্ব অর্থনৈতিক মঞ্চৰ সৈতে সহযোগিতা স্থাপন কৰি দেশত দক্ষতা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা যাব। এই পদক্ষেপে দক্ষতা বিকাশৰ ক্ষেত্ৰত থকা ব্যবধান দূৰ কৰি দেশৰ যুৱ প্ৰজন্মক নিয়োগৰ ক্ষেত্ৰত অধিক যোগ্য কৰি তুলিব। এই বুজ...