ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2024 11:56 AM

অসমক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ গ্রহণ

অসম চৰকাৰে ৰাজ্যখনক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয় যে, অত্যাধ...