December 13, 2024 5:26 PM December 13, 2024 5:26 PM

views 10

লাডাখত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলসহ পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ স্কী-ঢাল পৰিদৰ্শন

লাডাখত শীতকালীন পর্যটন আৰু ক্ৰীড়াৰ প্ৰসাৰৰ দিশত এটা পদক্ষেপ হিচাপে জ্যেষ্ঠ স্কী প্রশিক্ষক চৈয়দ চামচুদ্দিনৰ নেতৃত্বত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ'চিয়েছনৰ দলটোৱে পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ সৈতে নামছুৰুত স্কী-ঢাল পৰিদৰ্শন কৰে। দলটোৱে এই ঢালটোক স্কী কাৰ্যকলাপৰ বাবে উপযোগী বুলি বিবেচনা কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত থকা স্থানীয় গাঁৱৰ লোকসকলে অঞ্চলটোৰ বৰফৰ পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰি কয়, যে বছৰি গঢ়ে ২ৰ পৰা ৩ ফুট পর্যন্ত বৰফ পৰি অঞ্চলটো শীতকালীন ক্রীড়াৰ বাবে আদৰ্শ স্থ...