July 18, 2024 12:49 PM July 18, 2024 12:49 PM
6
ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত পূৰ্বৰ নীতিৰ সাল-সলনি
ষষ্ঠ অনুসূচীভুক্ত এলেকাত স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বৰ নীতিৰ সাল-সলনি কৰিছে। এতিয়াৰেপৰা তিনি স্বায়ত্তশাসিত পৰিষদে পূৰ্বৰ দৰে বাজেট ধাৰ্য পুঁজি নাপাব। বিটিআৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে সংগ্ৰহ কৰা ৰাজহৰ ওপৰত ভিত্তি কৰিহে ৰাজ্য চৰকাৰে বাজেট ধার্য পুঁজি আবণ্টন কৰিব। বাজেটত সমুদায় পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ নীতি-নিয়ম আৰোপ কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰ...