December 16, 2025 12:09 PM

views 18

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এখন উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন কৰি দিছে। সমন্বয়ৰক্ষী সমিতিয়ে ইতিপূৰ্বে গঠন কৰি দিয়া চাৰিজনীয়া ক’ৰ কমিটীয়ে ৰাজ্যৰ দহগৰাকী বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰি এই পৰামৰ্শদাতা সমিতিখন গঠন কৰি দিছে। পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে দিল্লীৰ সুহাস চাকমাক দায়িত্ব অর্পণ কৰা হৈছে।