October 18, 2024 11:52 AM

views 15

ৰাষ্ট্ৰীয় ফেন্সিং প্রতিযোগিতালৈ তামুলপুৰৰ খেল’ ইণ্ডিয়া ফেন্সিং কেন্দ্ৰৰ ৬গৰাকী খেলুৱৈক বাছনি

তামুলপুৰৰ খেল' ইণ্ডিয়া ফেন্সিং কেন্দ্ৰৰ ছগৰাকী খেলুৱৈ ১৪ বছৰ অনূৰ্ধ্বৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় ফেন্সিং প্রতিযোগিতালৈ বাছনি লাভ কৰিছে। বাছনি লাভ কৰা খেলুৱৈসকলৰ ভিতৰত স্বৰাংমা বড়ো, মাধুৰী দাস, অখিল বড়ো, ধ্ৰুৱজ্যোতি বড়ো, গৌৰৱ মহন্ত আৰু ৰণজিৎ‍ বড়ো আছে। এই খেলুৱৈসকলে ১২ৰ পৰা ১৬ নৱেম্বৰলৈ জম্মুত হ'বলগীয়া ৰাষ্ট্ৰীয় ফেন্সিং প্রতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।