June 9, 2025 12:33 PM
শিৱসাগৰত ৱাটাৰ প’ল’ খেলৰ ৰাজ্যিক বাছনি শিবিৰ
শিৱসাগৰত কালিৰে পৰা ৱাটাৰ প’ল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাঢ়ৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অ...