February 22, 2025 7:14 PM February 22, 2025 7:14 PM
2
২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰত নাগৰিক সভা
২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি শিৱসাগৰত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে এই বাজেট সন্দৰ্ভত মত প্ৰকাশ কৰে৷ শিৱসাগৰ জিলা বিজেপিয়ে আজি এখন সংবাদমেলযোগে এই বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলত মন্ত্রী যোগেন মহনে বাজেটখনক জনমুখী বুলি অভিহিত কৰি ইয়াৰ পৰা জনসাধাৰণে লাভ কৰিবলগীয়া সা-সুবিধা সম্পর্কে উল্লেখ কৰে। বাজেটত উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক, ক্ষুদ্র উদ্যোগ, জল পৰিবহণ, শিক্ষা, স্...