April 6, 2025 12:20 PM

views 18

শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

জিকিৰৰ প্ৰসিদ্ধ শিল্পী প্রয়াত ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত গঢ় লৈ উঠা জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ-জাৰী চৰ্চা আৰু গৱেষণা মঞ্চ অসমৰ উদ্যোগত কালি শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক ড০ অনিল শ‍ইকীয়াই জিকিৰৰ সাংগীতিক সৌন্দর্য শীর্ষক বক্তৃতা আগবঢ়ায়। এই অনুষ্ঠানতে লোকশিল্পী তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক তৰাৱতী বড়িক ২০২৪-২৫ বৰ্ষৰ ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে জিকিৰ শিল্পী ...