August 30, 2025 9:22 PM

views 18

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান আৰু বাল্য বিবাহ তথা কিশোৰী গৰ্ভাৱস্থা সমস্যা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। ডিমৌ সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সন্তান সম্ভৱা তথা প্ৰসূতি মাতৃৰ লগতে শিশুৰ স্বাস্থ্য তথা চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰোৱা হয়। তদুপৰি সন্তান সম্ভৱা মহিলাৰ পুষ্টিকৰ খাদ্যাভ্যাস, স্বাস্থ্য যতন আদি সম্পর্কতো পৰামৰ্শ দিয়া হয়। অনুষ্ঠানত কেইবাগৰাকীও সবল ব্যক্তিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে সকলোকে সজাগ হ'বলৈ উৎসা...