August 30, 2025 9:22 PM
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান আৰু বাল্য বিবাহ তথা কিশোৰী গৰ্ভাৱস্থা সমস্যা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। ডিমৌ সংহত শিশু উন্নয়ন প্রকল্প বিষয...