July 17, 2025 1:48 PM

views 27

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত অপৰাধ সন্মিলন

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত যোৱা মাহৰ অপৰাধ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত বিগত সময়ছোৱাত জিলাখনত হোৱা অপৰাধমূলক ঘটনা, অপৰাধৰ ধৰণ, পটভূমি, কাৰক আদি সন্দৰ্ভত বিশ্লেষণাত্মকভাৱে আলোচনা কৰা হয়। তদুপৰি ভৱিষ্যতে জিলাখনক অপৰাধ শূন্য জিলা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া সম্ভাৱ্য প্ৰতিকাৰমূলক ব্যৱস্থাৱলী তথা ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত আৰু শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাই এই সন্দৰ্ভত সংশ্লিষ্ট স...