June 17, 2025 12:48 PM June 17, 2025 12:48 PM

views 5

শিৱসাগৰৰ গেছ নিৰ্গমণ থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, আশ্ৰয় শিবিৰৰ লোকসকলৰে মতবিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমণ থলীত উপস্থিত হৈ আশ্রয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে গেছ নির্গমণ ৰোধ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। ভটীয়াপাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰা...