July 10, 2025 10:50 PM July 10, 2025 10:50 PM

views 3

প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ আৱেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনামৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলাস্তৰৰ আৱেদনৰ আহ্বান জনাইছে। জিলাখনৰ ১৮ বছৰ অনূৰ্ধ্বৰ শিশু অথবা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে আৱেদন কৰিব পাৰিব। আৱেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। জিলা স্তৰত বিভিন্ন শিতান যেনে- উদ্ভাৱন, বিদ্যায়তনিক কৃতিত্ব, সমাজসেৱা, কলা-সংস্কৃতি, সাহসিকতা অথবা ক্রীড়া ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব। যোগ্য ...