November 6, 2025 8:21 PM

views 21

এদিনীয়া ভ্রমণসূচীৰে কাইলৈ মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ ভ্রমণ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ এদিনীয়া ভ্রমণসূচীৰে মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ আৰু ইয়াৰ কাষৰীয়া গ্রামীণ অঞ্চলসমূহ ভ্রমণ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ধ্যালয়ে প্রকাশ কৰা অনুসৰি, মন্ত্ৰীগৰাকীয়ে কৃষি আৰু গ্রামীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ণ আৰু স্থানীয় কৃষকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বান ক্ষতিগ্রস্ত অঞ্চলসমূহৰ অৱস্থাৰ পৰ্য্যালোচনা কৰিব। এই ভ্রমণকালত মন্ত্ৰীগৰাকীয়ে কৃষক আৰু গাঁওবাসীৰ সৈতে কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা কৰিব। ম...