November 23, 2024 8:50 PM

views 20

শিৱসাগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন

শিৱসাগৰ শ্ৰম আয়ুক্ত আৰু চৰাইদেউ জিলা শ্রম বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক, সৱল সুৰক্ষিত শ্রমিক শীৰ্ষক বিষয়েৰে ৰাজ্যখনৰ শ্ৰমজীৱীসকলৰ পুৰোধা সদৃশ সন্তোষ তপ্নৰ জন্মদিন উপলক্ষে আজি এই দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল তাঁতীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানতে শ্রম আইনৰ ন্যায়সংগত প্ৰয়োগৰ বাবে শিৱসাগৰত এখন চিকিৎসালয় আৰু এখন বিপণীক বঁটা প্ৰদান কৰা...