January 10, 2025 8:32 PM
‘দৈনিক জনমভূমি’ কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰলৈ ‘কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা’
দৈনিক জনমভূমি কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰক ২০২৪ বৰ্ষৰ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। ১৯৯৭ চনৰ পৰা বিভিন্ন বাতৰি কাকতত সংবাদদাতাৰূপে কাম কৰি অহা খনি...